এই কথা সততে মনত ৰাখিব যে, নিজৰ আঁচনিক কাৰ্য্যকৰী কৰাটোৱেই হ’ল আন সকলো কামতকৈ অধিক গুৰুত্বপূৰ্ন কাম-আব্ৰাহাম লিংকন

এজন মানুহে যি পদৰ তেওঁক তাকে কৰিবলৈ দিয়া উচিত। জোৰ কৰি কাকো একো কৰিবলৈ দিয়া উচিত নহয়। অভাবত সময় আৰু শক্তিৰ অপচয় হয় —– ৰালফ ৱালডো এমাৰচন।
মৌন মাতৰ মূল্য অপৰিসীম। মানুহে মৌন মাতত আন্তৰিক সহাঁৰি জনায়। বন্ধুত্বৰ হাত আগবঢ়াই দিয়ে———— ৰিচাৰ্ড হ’ৰ্ভে।
আপোনাক প্ৰেৰনা দিব পৰা মানুহৰ সন্ধান কৰক। তেনে মানুহৰ সম্পৰ্কত থাকক। তেওঁলোকৰ পৰা পোৱা প্ৰেৰনাই আপোনাক জীৱনৰ বাটেৰে আগুৱাই যোৱাত সহায় কৰিব———– পল ক’ফি।