Site icon Mriduu

কিবা সমস্যাৰ মুখত পৰাৰ লগে লগে প্ৰাৰ্থনাত বহিব- পল. জে. মেয়াৰ

প্ৰাৰ্থনাৰ শক্তিৰে ভয়ক প্ৰতিহত কৰিব পাৰি————- ব্ৰায়ান ট্ৰেচি।
আপোনাৰ অন্তৰাত্মক জাগ্ৰত কৰি ৰাখিব। জাগ্ৰত আত্মাৰ মানুহেহে নতুন ধৰনৰ কাম কৰিবলৈ সক্ষম হয়—————জৰ্জ এল. মৰিছ।
Exit mobile version