Site icon MPB Mridu

কোনো ধৰনৰ পৰীক্ষা বা অনুসন্ধানৰ সন্মূখীন নোহোৱা জীৱন অৰ্থহীন – চক্ৰেটিছ

যিকোনো বস্তু বা বিষয় তেতিয়ালৈকে কঠিন যেন লাগে, যেটিয়ালৈকে সেইটো সৰল হৈ নাযায়———–থমাচ ফুলাৰ।
জিনিয়াচ হোৱাত এক শতাংশ যোগদান প্ৰেৰনাৰ আৰু নিৰানব্বৈ শতাংশ যোগদান ঘামৰ থাকে——–থমাচ আলফা এডিচন।
আমাৰ আগে পাছে কি আছে সেয়া এক সামান্য কথা, সকলোতকৈ গুৰুত্বপূৰ্ন হৈছে আমাৰ মাজত থকা গুপ্ত প্ৰতিভা———-অলিভাৰ ৱেনডেল হমচ।
আমি পুনাৰাবৃত্তি কৰা কাৰ্য্যবোৰেই আমাক গঠন কৰে। উৎকৃষ্টতা এক প্ৰচেষ্টা নহয়, বৰঞ্চ এক অন্যতম—————–এৰিষ্টটেল।

Exit mobile version