Site icon Mriduu

ভাবি চিন্তি ধীৰে সুস্তিৰে আগবাঢ়ক, তীব্ৰ গতিত দৌৰাজন সাধাৰনতে পিছ পৰি যোৱা দেখা যায়-শ্বেক্ছপিয়েৰ

মই মোৰ পৰিয়ালৰ সৈতে কটোৱা সময় খিনিয়েই মোৰ জীৱনৰ সকলোতকৈ সুখী সময় —————থমাচ জেকচেন।
এক সফল, সুখী বিবাহিত জীৱনতকৈ অধিক ভাল লগা, মোহনীয় সম্বন্ধ আৰু আন একোৱেই হ’ব নোৱাৰে———–মাৰ্টিন লুথাৰ কিংগ জুনিয়ৰ।
সাহসিকতা আৰু বিস্বাসৰ পাঠেই হৈছে পিতৃ মাতৃয়ে সন্তানৰ পঢ়ুৱাব লগীয়া প্ৰথম পাঠ———–স্মাইলী ব্লেন্টন।
Exit mobile version