শ্ৰম বিমুখ মানুহ জীৱনত কেতিয়াও সফল হ’ব নোৱাৰে–ডেভিড জে. শ্বোৱাৰ্টজ
শ্ৰম বিমুখ মানুহ জীৱনত কেতিয়াও সফল হ’ব নোৱাৰে। সেয়ে জোৰ কৰি পৰিশ্ৰম কৰাৰ অভ্যাস গঢ়ি তোলক————— ডেভিড জে. শ্বোৱাৰ্টজ।
আত্মবিশ্বাসে আমাক উৎসাহী কৰি তোলে। মনত উৎসাহ নাথাকিলে কোনো কামতে সাফল্য অৰ্জন কৰিব নোৱাৰি————— জন গ্ৰিনলিফ উইটিয়াৰ।
মানুহ মাত্ৰেই যিহেতু ভুল হয়, সেয়ে আপোনাৰ ভূল হ’ব পাৰে। তাক সাধাৰনভাৱে গ্ৰহন কৰা উচিত———————— আৰ্ল নাইটিংগেল।
যি নিজৰ ভুলক সহজভাৱে গ্ৰহন কৰিব নোৱাৰে, তেওঁৰ দ্বাৰা জীৱনত কোনো ভাল কাম সম্পন্ন হ’ব নোৱাৰে। ব্যৰ্থতা আৰু হতাশাই তেনে মানুহৰ জীৱনৰ চৰম পৰিনতি হ’বগৈ———- ডেভিড জে. শোৱাৰ্টজ।