Site icon Mriduu

সকলো উত্তৰ জনাতকৈ কিছুমান প্ৰশ্নক জানিলে অধিক ভাল হয়–জেমচ থাৰ্বাৰ।

চকুৰে যি দেখিলে কানেৰে যি শুনিলো, সেইটোৱেই চূড়ান্ত সত্য – এই ধৰনৰ চিন্তাৰ পৰা নিজকে আতৰাই ৰখা। কাৰন আমি দেখা ঘটনাটোৰ আঁৰত আন এটা সত্যওঁ লুকাই থাকিব পাৰে। আৰু যি শুনিলো, তাতকৈ বেলেগ ধৰনৰ কিবা এটা শুনিবলৈ থাকি যাব পাৰে———— মিল্টন গাৰ্লেণ্ড।
আত্মবিশ্বাসাৰ সৈতে কাম কৰিব নোৱাৰালৈকে কোনো মানুহেই জীৱনত সাফল্যৰ মুখ দেখিবলৈ সক্ষম নহয়———-ট্ৰুমেন কেপট।
আপুনি যি ক্ষেত্ৰতে কৰ্মৰত নহওঁক কিয় আপুনি যদি নিয়মিতভাৱে নিজৰ কামখিনি কৰি গৈ থাকে, তেনেহলে এদিন আপুনি সেই ক্ষেত্ৰত এজন দম্য কৰ্মীত পৰিনত হ’ব————- ৰিচাৰ্ড বাক।

Exit mobile version