Yoga as Medicine : যোগ হওঁক সকলো বেমাৰৰ ঔষধ
Yoga as Medicine : যোগ হওঁক সকলো বেমাৰৰ ঔষধ
যোগৰ দ্বাৰা নিজৰ জীৱনশৈলী উন্নতি সাধন কৰিব পাৰি । যদি আপুনি বেমৰৰ দ্বাৰা আক্ৰান্ত, যোগে আপোনাক ৰোগমুক্ত কৰিবৰ বাবে সহায় কৰিব । যদি আপোনাৰ Depression, Anxious, ড্ৰাগছৰ প্ৰতি আসক্তি আছে, যোগৰ দ্বাৰা এই সকলো মানসিক আৰু শাৰীৰিক কাৰকবোৰৰ ওপৰত নিয়ন্ত্ৰণ আনিব পৰা যায় আপোনাক এটা নতুন দিশৰ সন্ধান দিব আৰু পথ দেখুৱাব ।
যি সকল ব্যক্তিৰ প্ৰবলেম যেনে Arthritis Diabetes,multiple sclerosis Or HIV/AIDS দেখা দিয়ে তেখেতসকলে নিয়মিত ভাবে যোগ অভ্যাস কৰি নিজৰ জীৱন সুন্দৰ ভাবে আগুৱাই লৈ যাব পাৰে আৰু নিজকে সুস্থ ভাবে থাকিবলৈ প্ৰেৰণা যোগাব পাৰে ।
কিছুমানৰ ক্ষেত্ৰত দেখা যায় যে ক্ষন্তেকীয়া ৰোগ যেনে tension headache, hot flashes, sinus pressure আদি ৰোগবোৰক বিভিন্ন ধৰণৰ যোগ আসন, প্ৰণায়নম আৰু specific যোগ technique ‘ৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰি ।যোগত সাধাৰণতে আমি আধ্যাত্মিক দিশত মনোনিৱেশ কৰো আৰু যিয়ে আমাৰ শৰীৰ আৰু মনকো প্ৰভান্বিত কৰে। আমি যোগৰ দ্বাৰা আমাৰ শৰীৰৰ বিভিন্ন ধৰণৰ পেশীবোৰক strength আৰু strengthen কৰো যাৰ দ্বাৰা আমাৰ শৰীৰৰ বহুত উপকাৰ হয় । যাৰ ফলত আমাৰ circulation, diagnotion,cardiovascular system, immune system সুচাৰুৰূপে কাম কৰে ইয়াৰ উপৰিও আমাৰ মানসিক আৰু আধ্যাত্মিক দিশত উন্নতি সাধন কৰে আৰু সুস্থ সফল নাগৰিক হ’বলৈ পথ দেখুৱাই ।
যোগ মানে কি? What is Yoga?
যোগ এনেকুৱা এটা সংখলাবদ্ব পদ্ধতি যাৰ দ্বাৰা শাৰিৰীক,মানসিক, আধ্যাত্মিক শক্তিৰ উন্নতি কৰি নিজৰ জীৱন আগুৱাই লৈ যাব পাৰি । বিশেষকৈ মনক বুজিব পৰা যায় আৰু এই মনক বিভিন্ন কামত নিয়োগ কৰি উন্নতি সাধন কৰিব পাৰি ।
Yoga as Medicine vs Yoga Class
Yoga Therapy আৰু Yoga Class এই দুটাৰ মাজত বহুত পাৰ্থক্য আছে । যদি আপোনাৰ এটা serious health প্ৰব্লেম আছে আৰু যোগ প্ৰশিক্ষণত যোগ কৰে তেতিয়াহলে আপোনাৰ স্বাস্থ্যৰ বেছি অৱনতি হব পাৰে৷ কিন্তু আজিকালি বহুতে এই দুয়োটা একেলগে কৰি বহুত সমস্যা মাতি আনিছে ।
যোগ প্ৰশিক্ষণত সাধাৰণতে সকলোৱে পৰাকৈ যোগ বিদ্যা শিকোৱা হয়, কিন্তু যোগ থেৰাপিত যাৰ জটিল সমস্যা থাকে তেওঁক one -on-one বা সৰু গ্ৰুপত শিকোৱা হয় যাতে এটা নিৰ্দিষ্ট ৰোগৰ সমস্যাৰ সমাধান দিব পৰা যায় যিটো হ’ব মানসিক আৰু আধ্যাত্মিক ভাবে শক্তিশালী । সেইকাৰণে যোগ থেৰাপিক বহল ভাবে যোগ ক্লাছৰ লগত তুলনা কৰিব নোৱাৰি ।
সেইকাৰণে বিভিন্ন ৰোগৰ বা সমস্যাৰ বাবে বিভিন্ন ধৰণৰ আসন, প্ৰণায়নম , নলিক্ৰিয়া, ধ্যান আদি ব্যৱহাৰ কৰা হয়৷ সেইকাৰণে বহু ক্ষেত্ৰত যদি যোগ প্ৰশিক্ষণ লোৱা হয় তেন্তে ৰোগৰ বিষয়ে শিক্ষকজনক জনোৱা আৱশ্যক ।
বহুতে ভাবে যে যোগ আৰম্ভ কৰিছো আৰু সকলো ঠিক হৈ যাব বা ক্ষীণাই যাম বা ৰাতিটোৰ ভিতৰতে সকলো ঠিক হৈ যাব । যোগ সচাকৈয়ে এটা শক্তিশালী ঔষধ, কিন্তু ই হৈছে সাধনা বা Practice আৰু ধৈৰ্যৰ প্ৰয়োজন