Quote in Assamese -স্বাস্থ্য সংৰক্ষিত ৰখা আমাৰ এটা কৰ্তব্য—-হাৱাট স্পেনচাৰ ইমচ।
QUOTE IN ASSAMESE
স্বাস্থ্য সংৰক্ষিত ৰখা আমাৰ এটা কৰ্তব্য। খুব কম মানুহেই এই বিষয়ে সজাগ যে শৰিৰীক ন্যায়পৰায়নতা বুলিও কথা এষাৰ আছে————– হাৱাট স্পেনচাৰ ইমচ
আমি যি খাদ্য খাওঁ সেই কথাই আমাৰ জীৱনত ইমান পাৰ্থক্যৰ সৃষ্টি নকৰে। কিন্তু আমি কেটিয়া ভোজন কৰো, কেনে ধৰনৰ খাদ্যৰ সমিল মিলেৰে ভোজন কৰো সিহে অধিক গুৰুত্বপূৰ্ন কথা————- হাৰ্ভে ডায়মণ্ড।
সপ্তাহত তিনি – চাৰিবাৰকৈ ৩০ৰ পৰা ৬০ মিনিট যদি ব্যয়ম কৰে, আপোনাৰ স্বাস্থ্য আৰু জীৱন নিঃসন্দেহে ধন্নত্ত হৈ পৰিব—————- জেমছ. এফ. ফিবচ।
আত্মায়ে আমাক খোৰাক যোগায় মনৰ সৈতে শৰীৰৰ সকলো ভাগ জগাই তোলে আৰু এইদৰেই এই বিশাল আকাৰত বিলীন হৈ যায়————— ভাৰ্জিল।